अर्थ : যি নি্র্ধাৰিত নহয়
उदाहरणे :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
समानार्थी : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
अर्थ : যিটো আশা কৰা নহয়
उदाहरणे :
মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
समानार्थी : অনাকাংক্ষিত
अर्थ : যি প্রত্যাশাৰ পৰা দূৰত
उदाहरणे :
ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
समानार्थी : আশাতীত, প্রত্যাশাতীত