अर्थ : প্রতিৰোধ বা বিৰোধ নকৰা
उदाहरणे :
অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
समानार्थी : নির্বিবাদ, প্রতিৰোধহীন, বাধাহীন
अर्थ : অত্যন্ত পৰাক্রমী
उदाहरणे :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
समानार्थी : বিক্রমশালী, শক্তিমন্ত, শক্তিশালী, ্দুর্জয়, ্পৰাক্রমী