सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো লুকুওৱা যোগ্য
उदाहरणे : এইটো গোপনীয় কথা, ৰামুক নকʼবা
समानार्थी : অপ্রকট্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, প্রচ্ছন্ন, লুক্কায়িত
अर्थ : যি প্রকাশৰ যোগ্য নহয়
उदाहरणे : সম্পাদকে অপ্রকাশনীয় ৰচনাবোৰ ঘূৰাই দিলে
समानार्थी : অপ্রকাশনীয়
अर्थ : যিটো লুকুৱাই থোৱা হৈছে
उदाहरणे : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
समानार्थी : অজ্ঞাত, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
अर्थ : যিটো কথনীয় নহয়
उदाहरणे : মোৰ কিছুমান অনুভৱ অকথনীয়
समानार्थी : অকথনীয়, অকথ্য, অনুচ্চাৰণীয়, অবক্তব্য, অবচনীয়, অবদ্য, অবাচ্য
स्थापित करा