अर्थ : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ
उदाहरणे :
আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত
अर्थ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
उदाहरणे :
অপব্যৱহাৰো এক ধৰণৰ পাপ
समानार्थी : অপপ্রয়োগ
अर्थ : অনাহক আৰু অধিক খৰচ
उदाहरणे :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
समानार्थी : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি