सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিন্দা কৰোতা বা আনৰ বিষয়ে বেয়াকৈ কৈ ফুৰা লোক
उदाहरणे : কবীৰে নিন্দুকসকলক কাষত ৰাখিবলৈ উপদেশ দিছে
समानार्थी : নিন্দক, নিন্দুক
अर्थ : যি আনৰ নিন্দা কৰি থাকে
उदाहरणे : নিন্দুক ব্যক্তিয়ে আনৰ নিন্দা নকৰালৈকে শান্তি নাপায়
समानार्थी : অপবাদক, নিন্দুক
अर्थ : যি অপবাদৰ ৰূপত আছে
उदाहरणे : এইটো অপবাদী ঘটনা
समानार्थी : অপবাদক
स्थापित करा