सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
उदाहरणे : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
समानार्थी : অখাজ, অখাদ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
अर्थ : অনুপযুক্ত আহাৰ
उदाहरणे : ৰোগীৰ কাৰণে মছলাযুক্ত আহাৰ কুপথ্য স্বৰূপ
समानार्थी : কুপথ্য
अर्थ : যি হিতকৰ নহয় (আহাৰ)
उदाहरणे : কিছুমান লোকে সোৱাদৰ কাৰণে কুপথ্যও খায়
अर्थ : যি পথ্য নহয়
उदाहरणे : কুপথ্য ভোজন কৰা অনুচিত
अर्थ : যি খোৱাৰ যোগ্য নহয়
उदाहरणे : এইটো অখাদ্য বস্তু
समानार्थी : অখাজ, অখাদ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
स्थापित करा