पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অন্যায় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অন্যায়   বিশেষ্য

अर्थ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

उदाहरणे : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

समानार्थी : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

अर्थ : ন্যায়হীন হোৱা অৱস্থা বা ভাব

उदाहरणे : ৰজাৰ অন্যায়ৰ কাৰণেই এজন নির্দোষীৰ প্রাণ গʼল

समानार्थी : অন্যায়-অত্যাচাৰ, ন্যায়হীনতা

অন্যায়   বিশেষণ

अर्थ : যিটো উচিত বা যুগুত নহয়

उदाहरणे : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ

समानार्थी : অনুচিত, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল

चौपाल