अर्थ : ভোজনৰ ইচ্ছা বা আহাৰ খাবলৈ কৰা ইচ্ছা
उदाहरणे :
তেওঁৰ অন্নলিপ্সাই তেওঁক্ আহাৰ চুৰ কৰি খাবৰ কাৰণে বাধ্য কৰিলে
समानार्थी : অন্ন-লিপ্সা
अर्थ : খাবৰ কাৰণে ওপজা ইচ্ছা
उदाहरणे :
মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
समानार्थी : কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰাগ্নি, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা