अर्थ : যিজনে অনুসন্ধানৰ কাম কৰে
उदाहरणे :
অনুসন্ধানকাৰীয়ে ডকাইতৰ দলটোৰ সন্ধান পালে
अर्थ : যিজনে কোনো কথা বা বস্তুৰ বিষয়ে অনুসন্ধান কৰে বা সম্ভেদ বিচাৰে
उदाहरणे :
অৱশেষত অনুসন্ধানকাৰীৰ দলে হত্যাকাৰীৰ খবৰ বিচাৰি উলিয়ালে
अर्थ : অনুসন্ধান কৰা ব্যক্তি
उदाहरणे :
অনুসন্ধানকাৰীয়ে অনুসন্ধান কার্যত ্লাগি আছে
समानार्थी : অনুসন্ধান কর্তা