अर्थ : যাক অনুমতি দিয়া হৈছে
उदाहरणे :
মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
समानार्थी : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদিত, স্বীকৃত
अर्थ : যাৰ সহমত লাভ কৰিছে
उदाहरणे :
চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
समानार्थी : অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত, স্বীকৃত