पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অনুমতি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অনুমতি   বিশেষ্য

अर्थ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি

उदाहरणे : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়

समानार्थी : অনুজ্ঞা, আজ্ঞা, আদেশ

अर्थ : স্বীকাৰ কৰাৰ কার্য ্ বা ভাব

उदाहरणे : ভাৰত চৰকাৰে এই যোজনাটো আৰম্ভ কৰাৰ কাৰণে অনুমতি প্রদান কৰিছে

समानार्थी : মঞ্জুৰি

चौपाल