अर्थ : যিয়ে অনুবাদ কৰে
उदाहरणे :
পণ্ডিত গজানন শাস্ত্রী এগৰাকী ভাল অনুবাদক
समानार्थी : অনুবাদ কৰোঁতা, অনুবাদকাৰী, ভাষান্তৰকাৰী
अर्थ : যিয়ে অনুবাদ কৰে
उदाहरणे :
আমাৰ কার্যালয়ত এজন অনুবাদক ব্যক্তিৰ আৱশ্যক
समानार्थी : ভাষান্তৰকাৰী