पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অনুচৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অনুচৰ   বিশেষ্য

अर्थ : যিজন একেলগে থাকে

उदाहरणे : মোৰ সকলোবোৰ লগৰীয়া ঘৰলৈ গুছি গʼল

समानार्थी : লগৰীয়া, সহচৰ

अर्थ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

उदाहरणे : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

समानार्थी : আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক

चौपाल