सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো এক বিষয়ৰ বিবেচনা কৰা নিয়মাৱলী, বিধান, সন্ধি আদিৰ বিশিষ্ট অংগ
उदाहरणे : সংবিধানৰ ধাৰা ন-ৰ চাৰি নম্বৰ অনুচ্ছেদটো সলনি কৰিব পৰা নাযায়
समानार्थी : উপধাৰা
अर्थ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
उदाहरणे : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
समानार्थी : দফা, পাৰাগ্রাফ, পেৰাগ্রাফ
अर्थ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
उदाहरणे :
समानार्थी : অংক, অধ্যায়, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ
स्थापित करा