सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভালৰ ওলোটা বা বিপৰীত
उदाहरणे : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
समानार्थी : অধম, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
अर्थ : যিটো নৈতিক নহয় বা যʼত নৈতিকতা নাই
उदाहरणे : যেতিয়া দেশৰ কর্ণধ্াৰসকলেই চুৰি, ঘোচখুৰীৰ দৰে অনৈতিক কাম কৰে তেতিয়া দেশৰ অৱস্থা কি হʼব!
समानार्थी : অনীতিপূর্ণ, অনৈতিক, নীতিবিৰুদ্ধ, নৈতিকতাহীন
अर्थ : যিটো উচিত বা যুগুত নহয়
उदाहरणे : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
समानार्थी : অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
स्थापित करा