सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনৰ কোনো সহায় কৰোতা নাই
उदाहरणे : আমি অসহায়জনৰ সহায় কৰা উচিত
समानार्थी : অনাশ্রয়, অসহায়, নিঃসহায়
अर्थ : যিজনক সহায় কৰিবলৈ কোনো নাই
उदाहरणे : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
समानार्थी : অনাথ, অসহায়, আশ্রয়হীন, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
अर्थ : যিয়ে কʼতো আশ্রয় পোৱা নাই
उदाहरणे : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
समानार्थी : আশ্রয়হীন, নিৰাশ্রয়ী
स्थापित करा