पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অনাগত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অনাগত   বিশেষণ

अर्थ : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত

उदाहरणे : মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো

समानार्थी : আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন

अर्थ : যি অহা নাই বা হোৱা নাই

उदाहरणे : আমি অনাগত বন্ধুৰ অপেক্ষা কৰি আছোঁ

अर्थ : ভৱিষ্যত কালত হʼবলগীয়া

उदाहरणे : আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত

समानार्थी : উত্তৰকালীন, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ

चौपाल