सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কাৰণ নথকাকৈ
उदाहरणे : তেওঁ ্অবাবতে ইয়ালৈ আহিল
समानार्थी : অকাৰণত, অবাবতে, আনামতে, এনেয়ে, খামাখা, মিছাতে, মিছামিছিকৈ
अर्थ : যাৰ কোনো অর্থ ্নাথাকে
उदाहरणे : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
समानार्थी : অর্থহীন, নি্ৰর্থক
अर्थ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
उदाहरणे : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
समानार्थी : অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ
स्थापित करा