सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
उदाहरणे : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
समानार्थी : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
अर्थ : যাৰ অনুমতি দিয়া হোৱা নাই
उदाहरणे : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
समानार्थी : অসমর্থিত, অস্বীকৃত
अर्थ : যিটো অনুমোদন কৰা হোৱা নাই
उदाहरणे : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
समानार्थी : অগৃহীত, অস্বীকৃত
स्थापित करा