सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মুখৰ আগভাগত থকা মেলিব আৰু জপাব পৰা দাঁত ঢাকি থোৱা মঙহাল অংশ
उदाहरणे : মৃত্যুৰ সময়তো শ্যামৰ ওঁঠত পুতেকৰ নামেই আছিল
समानार्थी : ওঁঠ, ওষ্ঠ, দন্তচ্ছদ
अर्थ : তলৰ ওঁঠ
उदाहरणे : তলৰ ওঁঠ আৰু ওপৰৰ ওঁঠৰ (প-বর্গ) ্দ্বাৰা ধ্বনি উৎপন্ন হয় ৰাজুৰ তলৰ ওঁঠখন কটা
समानार्थी : অধৰাধৰ, অধৰোষ্ঠ, তলৰ ওঁঠ
स्थापित करा