सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
उदाहरणे : বেয়া গুণে মানুহৰ পতন ঘটায়
समानार्थी : অধঃপতন, অধঃপাত, অৱনতি, চ্যুতি, পতন
अर्थ : ওপৰৰ পৰা তললৈ অহা কার্য
उदाहरणे : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
समानार्थी : অধোগতি, অৱতৰণ, অৱৰোহণ, নমা-, নমোৱা-
स्थापित करा