सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি তলমূৰ কৰি আছে
उदाहरणे : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
समानार्थी : অধোগামী, অধোনমিত, অধোমুখী, অৱনত, অৱনমিত, নিম্নগত, নিম্নগামী
अर्थ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
उदाहरणे : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
समानार्थी : অধঃপতিত, অৱনত, অৱনমিত, পতিত
स्थापित करा