पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অধীন কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অধীন কৰা   ক্ৰিয়া

अर्थ : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা

उदाहरणे : সেনাই দুর্গটোক অধীন কৰিলে

समानार्थी : অধিকাৰলৈ অনা, কাবু কৰা

अर्थ : কাৰোবাক নিজৰ বশলৈ অনা

उदाहरणे : ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল

समानार्थी : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা

अर्थ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা

उदाहरणे : মই এই কামটো আপোনাক অর্পণ কৰিছোঁ

समानार्थी : অর্পণ ্কৰা

चौपाल