पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অধিপতি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অধিপতি   বিশেষ্য

अर्थ : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল

उदाहरणे :

समानार्थी : অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, মহাৰাজ, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী

अर्थ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে

उदाहरणे : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল

समानार्थी : গৰাকী, মালিক, স্বামী

अर्थ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি

उदाहरणे : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল

समानार्थी : অধিকাৰী, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা

चौपाल