पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অধিনিয়ম शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অধিনিয়ম   বিশেষ্য

अर्थ : সংসদৰ আদিৰ জৰিয়তে বনোৱা নিয়ম

उदाहरणे : চৰকাৰে নিজৰ সুবিধানুসৰি অধিনিয়মবোৰ ৰদবদল কৰিব পাৰে

अर्थ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

उदाहरणे : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

समानार्थी : আইন, আইন-কানুন, কানুন, বিধান, বিধি

चौपाल