सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু আদিৰ আধাতকৈ অধিক ভাগ
उदाहरणे : বানপানীৰ কাৰণে পূর্বাঞ্চলৰ অধিকাংশ ঠায়েই পানীত বুৰ গৈছে
समानार्थी : অধিক অংশ, অধিক ভাগ
अर्थ : অধিক অংশৰ লগত সম্পর্কীত বা অধিক অংশৰ বা যি অধিক মাত্রাত হয়
उदाहरणे : এই ক্ষেত্রৰ অধিকাংশ ভাগ জংঘলেৰে আগুৰি আছে
समानार्थी : বেছিভাগ
स्थापित करा