सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
उदाहरणे : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
समानार्थी : অপৰাধ, কলুষ, দোষ, পাতক, পাপ
अर्थ : ধর্ম বিৰোধী কার্য
उदाहरणे : আজিকালি সমাজত অধর্মৰ বহুল ্প্রচাৰ হৈছে
समानार्थी : কুধর্ম, ্দুৰাচাৰ
अर्थ : পৰকালত অশুভ ফল পায় বুলি বিশ্বাস কৰা ইহকালৰ বেয়া কাম:সন্ত কবীৰৰ মতে মিছা কথা কোৱাটো বহুত ডাঙৰ পাপ
उदाहरणे :
समानार्थी : অপৰাধ, কলুষ, কল্মষ, গুণাহ, পাতক, পাপ, প্রত্যবায়
स्थापित करा