पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অধম शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অধম   বিশেষ্য

अर्थ : একেবাৰে নিম্ন বা নিকৃষ্ট মানৰ ব্যক্তি

उदाहरणे : অধম পুৰুষে নীচ কাম কৰিবলৈ কেতিয়াও পিছ নোহোঁহকে

समानार्थी : অধম পুৰুষ, নীচ পুৰুষ, নৰাধম

অধম   বিশেষণ

अर्थ : যি প্রবল নহয়

उदाहरणे : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

समानार्थी : অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া, মন্দ

अर्थ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে

उदाहरणे :

समानार्थी : অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ

अर्थ : ভালৰ ওলোটা বা বিপৰীত

उदाहरणे : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

समानार्थी : অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ

अर्थ : যি পাপ কৰে বা পাপ কৰোতা

उदाहरणे : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

समानार्थी : অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

अर्थ : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ

उदाहरणे : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ

समानार्थी : ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীচ, নীহ, হীন

चौपाल