पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অধঃপতন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অধঃপতন   বিশেষ্য

अर्थ : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য

उदाहरणे : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি

समानार्थी : অনুক্ৰম, অনুলোম

अर्थ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য

उदाहरणे : বেয়া গুণে মানুহৰ পতন ঘটায়

समानार्थी : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন

अर्थ : কোনো বস্তু পেলাই দিয়া কার্য

उदाहरणे : কোনে এই ফলবোৰ পেলালে ?

समानार्थी : পেলোৱা

अर्थ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য

उदाहरणे : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল

समानार्थी : অধঃপাত, অৱনতি, পতন, স্খলন

चौपाल