अर्थ : কোনো কামত নহা বস্তু বা ভগা-চিগা বস্তু
उदाहरणे :
সৌজন অদৰকাৰী বস্তুৰ বেপাৰী
समानार्थी : পুৰণা বস্তু
अर्थ : যিটো বস্তু উপযোগী নহয়
उदाहरणे :
মোহনে অদৰকাৰী বস্তুৰ দʼমত জুই লগাই দিলে
समानार्थी : অনুপযোগী বস্তু