सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিশ্চিত বা বিচাৰ আদিত দৃঢ় হʼব নোৱাৰা
उदाहरणे : পিতামহ ভীষ্ম কেতিয়াও নিজৰ প্রতিজ্ঞাত অদৃঢ় হোৱা নাছিল
अर्थ : যিটো দৃঢ় নহয়
उदाहरणे : থুনুকা বস্তু সহজে ভাগে
समानार्थी : অশক্ত, চনকা, চনচনীয়া, ঠনঠনীয়া, ঠুনুকা, ভংগুৰ
स्थापित करा