सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
उदाहरणे : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
समानार्थी : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
अर्थ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা
उदाहरणे : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে
समानार्थी : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ
अर्थ : শূন্যৰ পৰা নলৈকে সংখ্যা
उदाहरणे : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
समानार्थी : অংক
अर्थ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি
उदाहरणे : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে
समानार्थी : অংক, নম্বৰ
अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
उदाहरणे : এক কোটি বহুত ডাঙৰ সংখ্যা
समानार्थी : অংক, সংখ্যা, ৰাশি
अर्थ : সংখ্যাৰ চিহ্ন
उदाहरणे : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
समानार्थी : অংক, সংখ্যা
स्थापित करा