सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গৃহহীন বা যাযাবৰ হোৱা অৱস্থা
उदाहरणे : কিছুমান মানুহ অঘৰী হʼবলৈ বাধ্য হয়
समानार्थी : যাযাবৰ, যাযাবৰী
अर्थ : যি লোকৰ কোনো স্থায়ী বসতিস্থল নাথাকে আৰু যাৰ কাৰণে তেওঁলোকে সদায় এখন ঠাই এৰি অন্য এখন ঠাইলৈ যাবলগীয়া হয়
उदाहरणे : পথৰ দাঁতিত অঘৰীসকলে নিজৰ তম্বু তৰিছে
समानार्थी : জিপচি
स्थापित करा