अर्थ : কোনো কাম কৰাবলৈ বা কোনো বস্তু কিনিবলৈ নিশ্চিত বন্দোৱস্তৰ আগতে দিয়া পাৰিশ্রমিক, মূল্য আদিৰ অংশ
उदाहरणे :
তেওঁ ্ সামগ্রীখিনি কিনিবৰ কাৰণে দোকানীক আগধন দিলে
समानार्थी : অগ্রিম মূল্য, আগধন, এডভানচ্ দাদন, বইনা
अर्थ : যি আগফালৰ বা সন্মুখ ফালৰ
उदाहरणे :
এই বাহনখনৰ অগ্রভাগ ভাঙিল
समानार्थी : অগ্র, আগমুৱা, আগলি, আগৰ, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী