अर्थ : ডাঙৰকৈ জ্বলা জুইৰ উজ্জ্বল শিখা
उदाहरणे :
হাৱানকুণ্ডৰ জুই-শিখাই আকাশ চুইছিলগৈ
समानार्थी : অগ্নি-শিখা, জুই শিখা, জুই-শিখা
अर्थ : জুইৰ আগ
उदाहरणे :
অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
समानार्थी : অগ্নিচ্ছটা, বহ্নিশিখা, ভমক, শিখা