सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সদায় থাকোতা
उदाहरणे : ঈশ্বৰ শাশ্বত
समानार्थी : অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, চিৰস্থায়ী, ধ্রুৱ, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
अर्थ : যাৰ কেতিয়াও নাশ নহয়
उदाहरणे : আত্মা অমৰ
समानार्थी : অক্ষুণ্ণ, অবিনাশী, অমৰ, অৱিনশ্বৰ, চিৰঞ্জীৱী, শাশ্বত
स्थापित करा