सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
उदाहरणे : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
समानार्थी : অটল, অপৰিবর্ত্তিত, বাহাল
अर्थ : যাৰ কেতিয়াও নাশ নহয়
उदाहरणे : আত্মা অমৰ
समानार्थी : অক্ষয়, অবিনাশী, অমৰ, অৱিনশ্বৰ, চিৰঞ্জীৱী, শাশ্বত
स्थापित करा