सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি কল্পনীয় নহয়
उदाहरणे : আপোনাৰ ভাৱনা মোৰ কাৰণে অকল্পনীয়
समानार्थी : অকল্পনীয়, অচিন্তনীয়, অচিন্ত্য, অভাৱনীয়, কল্পনাতীত, কল্পনাৰহিত
अर्थ : যিটো বাস্তৱত আছে বা হৈছে
उदाहरणे : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
समानार्थी : অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সঁ্চা, সত্তাযুক্ত, সত্য, ্ পার্থিৱ
स्थापित करा