अर्थ : নিজান ঠাইত থকা বা বসবাস কৰোতা
उदाहरणे :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
समानार्थी : একাকিন
अर्थ : যাৰ লগত কোনো নাই বা নাথাকে
उदाहरणे :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
समानार्थी : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ