सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সমষ্টি বা সমূহৰ কোনো অংশ
उदाहरणे : ইয়াৰ মাজ ভাগ কিছু শকত
समानार्थी : ভাগ
अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
उदाहरणे : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
समानार्थी : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ
अर्थ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
उदाहरणे : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
अर्थ : যন্ত্র আদিৰ কোনো অংগ বা অংশ
उदाहरणे : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া
समानार्थी : পার্ট, যন্ত্রাংশ
अर्थ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে
उदाहरणे : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক
समानार्थी : দিশ, পক্ষ, বিভাগ
अर्थ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ
उदाहरणे : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ
अर्थ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ
उदाहरणे : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ
समानार्थी : দিশ, ফাল
स्थापित करा