पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील অংক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

অংক   বিশেষ্য

अर्थ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

उदाहरणे : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

समानार्थी : সংখ্যা

अर्थ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র

उदाहरणे : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল

समानार्थी : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র

अर्थ : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়

उदाहरणे : তেওঁ গণিতত বৰ চোকা

समानार्थी : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র

अर्थ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা

उदाहरणे : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে

समानार्थी : অংকতল অংকদেশ, অঙ্ক, উৎসঙ্গ, কোল, কোলা, ক্রোৰ

अर्थ : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

उदाहरणे :

समानार्थी : দৃশ্য, নাট্যাংক, নাট্যাংশ

अर्थ : শূন্যৰ পৰা নলৈকে সংখ্যা

उदाहरणे : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ

समानार्थी : অঙ্ক

अर्थ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

उदाहरणे : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

समानार्थी : অঙ্ক, নম্বৰ

अर्थ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

उदाहरणे : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

समानार्थी : খণ্ড, নম্বৰ, সংখ্যা

अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

उदाहरणे : এক কোটি বহুত ডাঙৰ সংখ্যা

समानार्थी : অঙ্ক, সংখ্যা, ৰাশি

अर्थ : সংখ্যাৰ চিহ্ন

उदाहरणे : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

समानार्थी : অঙ্ক, সংখ্যা

अर्थ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

उदाहरणे :

समानार्थी : অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ

चौपाल