পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰুমানিয়ান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰুমানিয়ান   বিশেষ্য

অর্থ : ৰুমানিয়াৰ অধিবাসী

উদাহরণ : ৰুমানিয়ানসকলে ভাৰতবর্ষৰ লগত ব্যৱসায় বাণিজ্য কৰিব বিচাৰে

সমার্থক : ৰুমানিয়া বাসী, ৰুমানিয়া-বাসী, ৰুমানিয়াবাসী

ৰুমানিয়ান   বিশেষণ

অর্থ : ৰুমানিয়াৰ বা ৰুমানিয়াৰ সৈতে সম্বন্ধ থকা

উদাহরণ : ৰুমানিয়ান খেলুৱৈসকলৰ প্রদর্শন বহুত ভাল আছিল

অর্থ : ৰুমানিয়া ভাষাৰ সৈতে সম্বন্ধিত বা ৰুমানিয়া ভাষাৰ

উদাহরণ : ৰুমানিয়ান বাতৰি-কাকতত ইয়াৰ আলোচনা কৰা হৈছিল

चौपाल