পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰিয়েল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰিয়েল   বিশেষ্য

অর্থ : ব্রাজিলত চলা মুদ্রা

উদাহরণ : এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?

অর্থ : ছৌদি আৰবত প্রচলিত মুদ্রা

উদাহরণ : জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল

সমার্থক : ছৌদি আৰব ৰিয়েল

অর্থ : য়েমেন তথা ইৰাণত চলা মুদ্রা

উদাহরণ : তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে

অর্থ : ওমানত প্রচলিত মুদ্রা

উদাহরণ : তেওঁ ঘৰলে এহেজাৰ ওমানী ৰিয়েল পঠিয়ালে

সমার্থক : ওমানী ৰিয়েল

অর্থ : কম্বোডিয়াত প্রচলিত মুদ্রা

উদাহরণ : এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান

অর্থ : এক পুৰণি স্পেনিচ মুদ্রা

উদাহরণ : তেওঁৰ ওচৰত পাঁচ ৰিয়েল আছে

সমার্থক : ৰেয়াল

অর্থ : য়েমেনত প্রচলিত মুদ্রা

উদাহরণ : য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক

সমার্থক : য়েমেনি ৰিয়েল

অর্থ : ইৰাণত প্রচলিত মুদ্রা

উদাহরণ : এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়

সমার্থক : ইৰাণিয়ান ৰিয়েল

चौपाल