পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰাজকীয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰাজকীয়   বিশেষণ

অর্থ : বদচাহ সম্বন্ধীয় বা বাদচাহৰ

উদাহরণ : আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো

অর্থ : ৰজাসকলৰ দৰে

উদাহরণ : আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়

অর্থ : ৰজাৰ বা ৰজা সম্বন্ধীয়

উদাহরণ : এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে

অর্থ : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা

উদাহরণ : ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত

অর্থ : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা

উদাহরণ : বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে

चौपाल