পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰসহীন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰসহীন   বিশেষণ

অর্থ : যʼত ৰস নাই

উদাহরণ : শুকান ফল নিৰস

সমার্থক : নিৰস, শুকান

অর্থ : যিটো ৰুচিপূর্ণ নহয়

উদাহরণ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ

সমার্থক : অসাৰ, অৰুচিকৰ, নীৰস, ৰুচিহীন

অর্থ : যি ৰসিক নহয়

উদাহরণ : তুমি ইমান বেৰসিক ধৰণৰ মানুহ যে তোমাৰ লগত ধেমালি কৰাৰ কোনো অর্থ ্নাই

সমার্থক : নিৰস, বেৰসিক

चौपाल