পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰবৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰবৰ   বিশেষ্য

অর্থ : বট গছৰ জাতিৰ এজোপা বৃক্ষ

উদাহরণ : ৰবৰ গছৰ পৰা গাখীৰৰ দৰে এবিধ বগা আঠালেটীয়া পদার্থ ্ওলায় যাক শুকুৱাই ৰবৰ প্রস্তুত কৰা হয়

সমার্থক : ৰবৰ গছ

অর্থ : ৰবৰ গছৰ পৰা ওলোৱা বগা আঠালেটীয়া ৰস শুকুৱাই তৈয়াৰ কৰা এবিধ পদার্থ

উদাহরণ : আমাৰ দৈনন্দিন জীৱনত আৱশ্যক হোৱা বহুতো বস্তু ৰবৰৰ পৰা তৈয়াৰ কৰা হয়

অর্থ : পেঞ্চিল আদিৰে লিখা অংশ মোহাৰিব পৰা ৰবৰৰ টুকুৰা বিশেষ

উদাহরণ : এই ভুল উত্তৰটো ৰবৰেৰে মোহাৰি শুদ্ধ উত্তৰটো লিখা

चौपाल