অর্থ : মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল
উদাহরণ :
তেওঁ ্চাটনি বনাবৰ কাৰণে শাকনি বাৰীৰ পৰা নহৰু উভালিলে
সমার্থক : নহৰু
অর্থ : মছলা হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্ভিদৰ মূল
উদাহরণ :
সীতাই আঞ্জাখনৰ চোক বঢ়াবৰ কাৰণে জলকীয়া, নহৰু কাটি আছে
সমার্থক : নহৰু