পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰক্ষক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰক্ষক   বিশেষ্য

অর্থ : যিজন ব্যক্তিয়ে ৰক্ষা কৰে

উদাহরণ : দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে

সমার্থক : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া

অর্থ : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে

উদাহরণ : আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে

সমার্থক : উদ্ধাৰকাৰী, ত্রাণকর্তা

ৰক্ষক   বিশেষণ

অর্থ : ৰক্ষা কৰোঁতা

উদাহরণ : মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল

সমার্থক : দেহৰক্ষী, ৰক্ষাকর্তা

चौपाल