অর্থ : মছলা আৰু ৰঙৰ কাৰণে খাদ্যত ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল
উদাহরণ :
হালধি এবিধ ৰোগ প্রতিষেধক ঔষধ
সমার্থক : হালধি
অর্থ : মছলা হিচাপে ব্যৱহাৰ কৰা ঔষধি গুণসম্পন্ন একপ্রকাৰৰ উদ্ভিদ
উদাহরণ :
সময়মতে পানী নিদিয়াৰ কাৰণে হালধিবোৰ শুকাই গʼল
সমার্থক : হালধি