পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হোৱা   ক্ৰিয়া

অর্থ : কোনো কার্যৰ ্বাকী নথকা

উদাহরণ : আপোনাৰ ভাত খোৱা হʼল নেকি

অর্থ : কোনো বিশেষ অৱস্থাত থকা

উদাহরণ : ইয়াৰ জলবায়ু প্রায়েই একে থাকে ইয়াত মেʼজুন মাহত বৰ গৰম পৰে

সমার্থক : থকা-, পৰা-

অর্থ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা

উদাহরণ : সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে

সমার্থক : সমাবেশ হোৱা

অর্থ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা

উদাহরণ : এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়

অর্থ : প্রমাণিত হোৱা

উদাহরণ : অৱশেষত মোৰ কথা সঁ্চা হʼল

সমার্থক : প্রমাণিত হোৱা

অর্থ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

উদাহরণ : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

সমার্থক : থকা, স্থিত হোৱা

অর্থ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা

উদাহরণ : মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল

অর্থ : কাপোৰ, গহনা আদি শৰীৰ শুৱনি হোৱাকৈ পৰিধান কৰা

উদাহরণ : ইমান সৰু কামিজটো মোৰ শৰীৰত নহʼব

সমার্থক : খাপ খোৱা, ফিট হোৱা

অর্থ : প্রতিৰূপ হোৱা

উদাহরণ : মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে

অর্থ : ঘটনাৰ ৰূপত হোৱা

উদাহরণ : এই দুর্ঘটন্াটো মোৰ চকুৰ আগতে ঘটিছে

সমার্থক : ঘটা, ঘটিত হোৱা

चौपाल